അർത്ഥം : বতাহত উৰিবলে প্রবৃত্ত কৰা বা এনে কিবা কৰা যাৰ দ্বাৰা বতাহত উৰে
ഉദാഹരണം :
প্রধান আচার্যই ্পতাকা উৰাই আছে
അർത്ഥം : আনৰ হতুৱাই উৰা
ഉദാഹരണം :
গোমধান খায় থকা চৰাইবোৰক খেতিয়কজনে লʼৰাটোৰ হতুৱাই উৰুৱালে
അർത്ഥം : বতাহত ওপৰলৈ উঠা
ഉദാഹരണം :
লʼৰা-ছোৱালীবোৰে চাদৰ ওপৰত চিলা উৰুৱাইছে