അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা
ഉദാഹരണം : আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে
പര്യായപദങ്ങൾ : উৰা
അർത്ഥം : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
ഉദാഹരണം :
അർത്ഥം : বতাহত উৰা
ഉദാഹരണം : বিদ্যালয় প্রাংগণত জাতীয় পতাকা উৰি আছিল
അർത്ഥം : যি উৰি আছে
ഉദാഹരണം : উৰি থকা চৰাইটো চিকাৰীৰ তীৰত ঘায়ল হৈ মাটিত সৰি পৰিল
പര്യായപദങ്ങൾ : উড়ন্ত, উড্ডীন, উড্ডীয়মান
ഇൻസ്റ്റാൾ ചെയ്യുക