അർത്ഥം : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা
ഉദാഹരണം :
আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে
പര്യായപദങ്ങൾ : উৰি থকা
അർത്ഥം : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : উৰি থকা
അർത്ഥം : স্থলত চলাচল কৰা বস্তুৰ অতি বেগেৰে চলোৱা কার্য
ഉദാഹരണം :
চাবুকৰ কোব খোৱাৰ লগে লগেই ঘোঁৰাটো উৰিল
അർത്ഥം : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
ഉദാഹരണം :
মেজত থোৱা কিতাপখন কʼত হেৰাল
പര്യായപദങ്ങൾ : হেৰোৱা
അർത്ഥം : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা
ഉദാഹരണം :
এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়
പര്യായപദങ്ങൾ : উৰি যোৱা
അർത്ഥം : বতাহত ইফাল-সিফাল হৈ পৰা
ഉദാഹരണം :
ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল
പര്യായപദങ്ങൾ : উৰি যোৱা
അർത്ഥം : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : পিন্ধা, পৰিধান কৰা, লোৱা