അർത്ഥം : বর্ত্্মানেও বিতং সম্ভেদ লাভ কৰিবলৈ সক্ষম নোহোৱা কেতিয়াবা-কেতিয়াবা আকাশত উৰি থকা দেখা পোৱা এক বস্তু
ഉദാഹരണം :
সময়ে সময়ে বিশ্বৰ বিভিন্ন ঠাইত উৰন্ত চাকি দেখিবলৈ পোৱা যায়
അർത്ഥം : আকাশত উৰি থকা বুলি বিশ্বাস কৰা এক প্রকাৰৰ অজ্ঞাত জ্যোতি্র্ময় পিণ্ড
ഉദാഹരണം :
বৈজ্ঞানিকৰ কাৰণে উৰন্ত চাকি আজিও ৰহস্যময় হৈ আছে
പര്യായപദങ്ങൾ : উৰণীয়া চাকি