അർത്ഥം : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
ഉദാഹരണം :
স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
പര്യായപദങ്ങൾ : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ
അർത്ഥം : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি
ഉദാഹരണം :
ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?
പര്യായപദങ്ങൾ : সমাৰোহ