അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : জীৱন ধাৰণ কৰা কার্য:কৃষ্ণৰ জন্ম মথুৰাত হৈছিল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অৱতাৰ, আৱির্ভাৱ, উদ্ভৱ, উপজনন, ওপজা, জগা, জনম, জন্ম, দেহধাৰণ, পয়দা, ভূমিষ্ঠ, সংবৃত্তি, সম্ভৱ
അർത്ഥം : যি ঠাইৰ পৰা কোনো বস্তু আদিৰ ব্যুৎপত্তি বা উদ্ভৱ হৈছে
ഉദാഹരണം : গংগাৰ উৎপত্তি গংগোত্রীৰ পৰা হৈছে
പര്യായപദങ്ങൾ : উদ্গম স্থল, উৎপত্তি স্থল
അർത്ഥം : পোন-প্রথম অস্তিত্ব ধাৰণ কৰা কার্য ্বা উৎপন্ন হোৱা কার্য ্বা ভাব
ഉദാഹരണം : সর্বপ্রথম পৃথিৱীত এককোষীয় জীৱৰ জন্ম হৈছিল
പര്യായപദങ്ങൾ : অভ্যুদয়, অৱতাৰ, আবি্র্ভাৱ, আৱি্র্ভাৱ, উদ্ভৱ, উদয়, উপজনন, জন্ম
ഇൻസ്റ്റാൾ ചെയ്യുക