അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : লিখাৰ যোগ্য
ഉദാഹരണം : উল্লেখনীয় ঘটনাবোৰেই ইতিহাস বনায়
പര്യായപദങ്ങൾ : উল্লেখনীয়, উল্লেখ্য
അർത്ഥം : যাৰ বিষয়ে কাৰোবাৰ পৰা মত বা আদেশ বিচৰা হয়
ഉദാഹരണം : সংসদত উল্লেখযোগ্য বিধেয়কখন সংখ্যাগৰিষ্ঠ ভোটত গৃহিত হʼল
പര്യായപദങ്ങൾ : প্রসংগ উত্থাপিত
അർത്ഥം : উল্লেখ কৰাৰ যোগ্য
ഉദാഹരണം : তেওঁৰ চৰিত্র উল্লেখনীয়
ഇൻസ്റ്റാൾ ചെയ്യുക