പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള উলিওৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

উলিওৱা   ক্ৰিয়া

അർത്ഥം : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা

ഉദാഹരണം : তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে

അർത്ഥം : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

ഉദാഹരണം : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

പര്യായപദങ്ങൾ : কঢ়া, বঢ়া

അർത്ഥം : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা

ഉദാഹരണം : কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে

പര്യായപദങ്ങൾ : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া

അർത്ഥം : কথা আদিৰ আৰম্ভ কৰা

ഉദാഹരണം : কথাই কথাই তেওঁ মনোজৰ বিয়াৰ কথা উলিয়ালে

പര്യായപദങ്ങൾ : আৰম্ভ কৰা

അർത്ഥം : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা

ഉദാഹരണം : মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে

പര്യായപദങ്ങൾ : বাহিৰ কৰা

അർത്ഥം : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য

ഉദാഹരണം : চৰকাৰে নতুন ডাক টিকট উলিয়ালে

അർത്ഥം : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য

ഉദാഹരണം : নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে

അർത്ഥം : লৈ যোৱা

ഉദാഹരണം : বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে

അർത്ഥം : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা

ഉദാഹരണം : টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে

പര്യായപദങ്ങൾ : আৱিষ্কৃত কৰা

അർത്ഥം : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা

ഉദാഹരണം : তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে

അർത്ഥം : বাহিৰ কৰা

ഉദാഹരണം : তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে

അർത്ഥം : বিচাৰি সন্মুখত ৰখা কার্য

ഉദാഹരണം : পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে

പര്യായപദങ്ങൾ : হস্তগত কৰা

അർത്ഥം : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ

ഉദാഹരണം : এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল

പര്യായപദങ്ങൾ : আৱিষ্কাৰ কৰা