അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা
ഉദാഹരണം : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক
പര്യായപദങ്ങൾ : পথ, পন্থা, মার্গ, ্সাধন
അർത്ഥം : সন্মুখলৈ অহা দুটাতকৈ অধিক এনেকুৱা কথা বা কাম যাৰ ভিতৰত যিকোনো এটাকহে নিজৰ কাৰণে গ্রহণ কৰা হয়
ഉദാഹരണം : ৰোগীজনক বেলেগ হস্পিতেললৈ নিয়াৰ বাহিৰে কোনো উপায় নাছিল
പര്യായപദങ്ങൾ : বিপল্প
അർത്ഥം : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : চল, দাও, বাট, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
ഇൻസ്റ്റാൾ ചെയ്യുക