പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള উপহাস എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

উপহাস   বিশেষ্য

അർത്ഥം : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা ্বেয়া কোৱা কার্য

ഉദാഹരണം : নিজৰ বেছি কৰা স্বভাৱটোৰ কাৰণে তেওঁ সকলোৰে উপহাসৰ পাত্র হৈ পৰে

പര്യായപദങ്ങൾ : ইতিকিং, উপহাস্যতা, ঠাট্টা, পেংলাই, পৰিহাস, ভেঙুচালি

അർത്ഥം : অকাৰণ বা বিনা কাৰণৰ হাস্য বা হাঁহি

ഉദാഹരണം : কিছুমান লোকৰ উপহাস কৰাৰ স্বভাৱ থাকে

പര്യായപദങ്ങൾ : পৰিহাস

അർത്ഥം : কাৰোবাক আমনি দিবলৈ, দুখী কৰিবলৈ বা তুচ্ছ আদি জ্ঞান কৰিবলৈ আওপকীয়াকৈ কোৱা কোনো কথা যি বিপৰীত ৰূপত উক্ত প্রকাৰৰ অভিপ্রায় প্রকাশ কৰে

ഉദാഹരണം : আজিকালিৰ নেতাই অন্য নেতাক উপহাস কৰাত পাকৈত

പര്യായപദങ്ങൾ : ঠাট্টা, ব্যংগ, ব্যঙ্গ