അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সমাপ্ত হোৱাৰ ভাব বা কার্য
ഉദാഹരണം : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
പര്യായപദങ്ങൾ : অন্ত, অৱধি, অৱসান, ইতি, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
അർത്ഥം : কোনো কিতাপৰ অন্তিম অধ্যায় যʼত তাৰ উদ্দেশ্য সংক্ষেপে বর্ণ্্না কৰা থাকে
ഉദാഹരണം : মই উপসংহাৰ পঢ়িয়েই বুজি পাওঁ সেইখন কেনেধৰণৰ উপন্যাস হʼব
അർത്ഥം : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ
ഉദാഹരണം : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব
പര്യായപദങ്ങൾ : অন্ত, ইতি, শেষ, সমাপ্তি
ഇൻസ്റ്റാൾ ചെയ്യുക