അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : উপযুক্ত হোৱা অৱস্থা বা ভাব
ഉദാഹരണം : সামগ্রীৰ উপযুক্ততা চাইহে সেই সামগ্রী কিনা উচিত
പര്യായപദങ്ങൾ : ঔচিত্য, সমীচীনতা
അർത്ഥം : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
ഉദാഹരണം : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
പര്യായപദങ്ങൾ : ক্ষমতা, যোগ্যতা, সামর্থ্য
ഇൻസ്റ്റാൾ ചെയ്യുക