പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള উপমা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

উপমা   বিশেষ্য

അർത്ഥം : দুটা বস্তুৰ মাজত প্রভেদ থকাৰ পিছতো সমান বুলি দর্শোৱা সাহিত্যৰ এবিধ অলংকাৰ

ഉദാഹരണം : চন্দ্রৰ নিচিনা মুখ-ত উপমা অলংকাৰ আছে

പര്യായപദങ്ങൾ : উপমা অলংকাৰ, উপমালংকাৰ

അർത്ഥം : প্রমাণ বা সাক্ষীহিচাপে লোৱা লেখা আদিৰ কোনো অংশ

ഉദാഹരണം : এই উদাহৰণটো ৰামচৰিত মানসৰ পৰা লোৱা হৈছে

പര്യായപദങ്ങൾ : উদাহৰণ, দৃষ্টান্ত

അർത്ഥം : কোনো বস্তুৰ গুণ, মান আদিৰ ওপৰত নির্ভৰ কৰি এটাতকৈ আনটো কম-বেছি বা ভাল-বেয়া বিচাৰ কৰা:ৰামৰ তুলনাত শ্যাম বেছি চতুৰ

ഉദാഹരണം :

പര്യായപദങ്ങൾ : তুলনা, তুল্যতা, পাটন, ৰিজনি

അർത്ഥം : কোনো বস্তু, কাম বা গুণৰ আন বস্তু, কাম বা গুণৰ সৈতে একে বুলি কোৱা কার্য

ഉദാഹരണം : ধুনীয়া মহিলাক চন্দ্রৰ উপমা দিয়া হয়