അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কামত অহা বা লগা কার্য
ഉദാഹരണം : আমাৰ দেশত চাউলৰ প্রয়োগ বেছিকৈ হয়
പര്യായപദങ്ങൾ : প্রয়োগ, ব্যৱহাৰ
അർത്ഥം : কোনো বস্তুৰ ব্যৱহাৰ কৰি সুখ বা মজা লোৱা কার্য
ഉദാഹരണം : এই কার্যালয়টোৰ সকলো বিষয়ববীয়াই কার্যালয়ৰ বস্তুবোৰৰ খুউব উপভোগ কৰে
പര്യായപദങ്ങൾ : ভোগ
അർത്ഥം : সুবিধা ভোগ কৰা কার্য
ഉദാഹരണം : সামন্ত যুগত বেছিভাগ ধনৱান লোকে ভোগ-বিলাসতে নিজৰ জীৱন অতিবাহিত কৰিছিল
പര്യായപദങ്ങൾ : ভোগ-বিলাস, সম্ভোগ, সুখ-ভোগ
ഇൻസ്റ്റാൾ ചെയ്യുക