അർത്ഥം : উদ্যম বা উদ্যোগ কৰোতা ব্যক্তি
ഉദാഹരണം :
ধীৰুভাই আম্বানি এজন প্রসিদ্ধ উদ্যোগী আছিল
പര്യായപദങ്ങൾ : উদ্যোগী
അർത്ഥം : পৰিশ্রম কৰা ব্যক্তি
ഉദാഹരണം :
পৰিশ্রমীয়ে নিশ্চয় সফলতা লাভ কৰিব
പര്യായപദങ്ങൾ : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী
അർത്ഥം : প্রয়াস বা উদ্যম থকা ব্যক্তি
ഉദാഹരണം :
প্রকৃত উদ্যমীৰ কাৰণে একোৱেই অসম্ভৱ নহয়
പര്യായപദങ്ങൾ : উদ্যোগী
അർത്ഥം : যʼত উদ্যম আছে বা উদ্যমেৰে ভৰি থকা
ഉദാഹരണം :
তেওঁ উদ্যমী ভাষণ দিলে
പര്യായപദങ്ങൾ : উদ্যমপূর্ণ
അർത്ഥം : যিজনে পৰিশ্রম কৰে:পৰিশ্রমী লোক সদায় সফল হয়
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী, ্ কর্মঠ
അർത്ഥം : যিটো উৎসাহেৰে ভৰি আছে
ഉദാഹരണം :
উদ্যমী ব্যক্তিয়ে যিকোনো কাম উৎসাহেৰে কৰিব পাৰে
പര്യായപദങ്ങൾ : উদ্যমপূর্ণ, উৎসাহী, ্উৎসাহপূর্ণ