അർത്ഥം : যিজন বহল হৃদয়ৰ
ഉദാഹരണം :
উদাৰ ৰজাই নিজৰ ৰাজপাট দান কৰি বনলৈ গুচি গʼল
പര്യായപദങ്ങൾ : উদাৰ, উদাৰচেতীয়া, দিলদাৰ
അർത്ഥം : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
ഉദാഹരണം :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
പര്യായപദങ്ങൾ : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে