അർത്ഥം : কোনো প্রশ্নৰ উত্তৰ দিব নোৱাৰা অৱস্থা বা পৰিস্থিতি হোৱা
ഉദാഹരണം :
ভালদৰে প্রস্তুতি নোহোৱা কাৰণে তেওঁ ্ সাক্ষাৎকাৰত নিৰুত্তৰ হৈ থাকিবলগীয়া হʼল
പര്യായപദങ്ങൾ : উঁ-আঁ কৰিব নোৱাৰা, চুপ-চাপ থকা, নিৰুত্তৰ হোৱা, মনে মনে থাকিব লগা, মাত দিব নোৱাৰা, মাত বন্ধ হোৱা