അർത്ഥം : উত্তৰ দিশত পৰা প্রদেশ বা ৰাজ্য
ഉദാഹരണം :
মহেশ উত্তৰৰ বাসিন্দা
അർത്ഥം : কোনো প্রশ্ন বা কথা শুনি তাৰ সমাধানৰ কাৰণে কোৱা কথা
ഉദാഹരണം :
আপুনি মোৰ প্রশ্নৰ উত্তৰ দিয়া নাই
പര്യായപദങ്ങൾ : জবাব
അർത്ഥം : দক্ষিণ দিশৰ সন্মুখৰফালৰ দিশ:ভাৰতৰ উত্তৰ দিশত হিমালয় পর্বত প্রহৰীৰদৰে থিয় দি আছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : উত্তৰ দিশ
അർത്ഥം : শূন্যৰ পৰা তিনিশ ষাঠি ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
ഉദാഹരണം :
উত্তৰ সদায় উত্তৰ দিশৰ ফালেই থাকে