അർത്ഥം : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া
ഉദാഹരണം :
ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে
അർത്ഥം : কিছু সময় ওপৰলৈ ধৰি থকা
ഉദാഹരണം :
তেওঁ ্বোজাটো মূৰত উঠালে
അർത്ഥം : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
ഉദാഹരണം :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
പര്യായപദങ്ങൾ : উঠাই দিয়া
അർത്ഥം : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা
ഉദാഹരണം :
মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়
പര്യായപദങ്ങൾ : জগোৱা
അർത്ഥം : (সংগীত) স্বৰ তীব্র কৰা
ഉദാഹരണം :
গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে
പര്യായപദങ്ങൾ : তোলা
അർത്ഥം : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা
ഉദാഹരണം :
তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়
അർത്ഥം : স্থান ত্যাগ কৰা
ഉദാഹരണം :
তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে
അർത്ഥം : কাৰোবাক অধিক গুৰুত্ব দিয়া
ഉദാഹരണം :
মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে
അർത്ഥം : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা
ഉദാഹരണം :
দেউতাই মোক ঝুলনাত উঠালে
അർത്ഥം : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
ഉദാഹരണം :
চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে
പര്യായപദങ്ങൾ : বহুওৱা
അർത്ഥം : উঠিবলৈ প্ৰবৃত্ত কৰা
ഉദാഹരണം :
চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
പര്യായപദങ്ങൾ : উঠাই দিয়া
അർത്ഥം : বহী, কাগজ আদিত লিখা
ഉദാഹരണം :
মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে
പര്യായപദങ്ങൾ : উঠাই থোৱা