അർത്ഥം : প্রথা বন্ধ কৰা কার্য
ഉദാഹരണം :
আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
പര്യായപദങ്ങൾ : নিষিদ্ধ কৰা, বন্ধ কৰা
അർത്ഥം : উঠিবলৈ প্ৰবৃত্ত কৰা
ഉദാഹരണം :
চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
പര്യായപദങ്ങൾ : উঠোৱা
അർത്ഥം : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
ഉദാഹരണം :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
പര്യായപദങ്ങൾ : উঠোৱা