പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള উঠা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

উঠা   ক্ৰিয়া

അർത്ഥം : উৎপন্ন হোৱা

ഉദാഹരണം : যেতিয়াই পইচাৰ কথা উঠিল, তেখেতসকলে তেতিয়াই পিছ হুহকিলে

പര്യായപദങ്ങൾ : অহা

അർത്ഥം : কাম-বন শেষ হোৱা

ഉദാഹരണം : সভাখন উঠি গʼল বজাৰ উঠি গʼল

പര്യായപദങ്ങൾ : উঠি যোৱা, শেষ হোৱা, সমাপ্ত হোৱা

അർത്ഥം : কোনো বাহনত উঠা ???

ഉദാഹരണം : ৰজতে ঘোঁৰাত উঠিলে

പര്യായപദങ്ങൾ : আৰোহণ কৰা

അർത്ഥം : হিচাপত অহা বা সোমোৱা এক অৱস্থা

ഉദാഹരണം : এক কিলোত মাত্র পাঁচটা আম উঠিল

അർത്ഥം : তলৰ পৰা ওপৰৰফালে যোৱা

ഉദാഹരണം : ককা-দেউতাই এতিয়াও আনন্দেৰে খটখটিত উঠিব পাৰে

പര്യായപദങ്ങൾ : বগোৱা

അർത്ഥം : ঠেং বা ভৰিত ভৰ দি শৰীৰ পোন কৰা কার্য:নেতাজীয়ে ভাষণ দিবলৈ উঠিলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : থিয় হোৱা

അർത്ഥം : প্রথমৰ পৰাই অধিক উচ্চতাত থকা এক স্থিতি

ഉദാഹരണം : পঢ়াশালিৰ ভেটি কমৰলৈকে উঠিছে

പര്യായപദങ്ങൾ : ওখ হোৱা

അർത്ഥം : কোনো চিহ্ন আদি ওলাই অহা

ഉദാഹരണം : অতিপাত গৰমৰ কাৰণে গোটেই গাতে ঘামচি উঠিছে

അർത്ഥം : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য

ഉദാഹരണം : কালিৰ পৰা গাইজনী জাগিছে

പര്യായപദങ്ങൾ : জাগা

അർത്ഥം : পদ, মর্যাদা, বর্গ আদিত আগ বঢ়া

ഉദാഹരണം : নিজৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে তেওঁ একেবাৰতে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রণীলৈ উঠিলে

അർത്ഥം : মনলৈ অহা বা ধ্যানত উদয় হোৱা

ഉദാഹരണം : মোৰ মনত এই কথাটো উঠিছে যে আজিকালি মীনা স্কুললৈ কিয় নাহে ?

അർത്ഥം : টোপনিৰ পৰা উঠা কার্য

ഉദാഹരണം : পুৱা পঁাচ বজাতেই সি শুই উঠিল কোর্হাল শুনি ্ কেঁচুৱাটোৱে সাৰ পালে

പര്യായപദങ്ങൾ : জগা, শুই উঠা, সাৰ পোৱা

അർത്ഥം : ওপৰলৈ যোৱা বা বগোৱা

ഉദാഹരണം : সূর্য ্লাহে-লাহে উঠি আছে

അർത്ഥം : তলৰ পৰা ওপৰলৈ অনা কার্য

ഉദാഹരണം : তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে

പര്യായപദങ്ങൾ : উঠোৱা

അർത്ഥം : বেয়া প্রভাৱ পৰা

ഉദാഹരണം : সাপে খুটাৰ কাৰণে গোটেই গাটোত বিষ উঠিল

പര്യായപദങ്ങൾ : অহা

উঠা   বিশেষণ

അർത്ഥം : সামান্যভাৱে উঠা বা উফন্দি থকা

ഉദാഹരണം : খেতি পথাৰৰ উঠা অংশখিনি খান্দি সমতল কৰা হʼল

പര്യായപദങ്ങൾ : উঠঙা, উফন্দা