അർത്ഥം : চিকমিকাই থকা
ഉദാഹരണം :
মঞ্চত বহি থকা মহাত্মাদেৱৰ উজ্জ্বল চেহেৰাই সকলোকে আকর্ষিত কৰিছিল
പര്യായപദങ്ങൾ : আলোকিত, কান্তিযুক্ত, দীপ্তিযুক্ত, প্রোজ্জ্বল, সমুজ্জ্বল
അർത്ഥം : যাৰ উজ্জ্বলতা গুণ বেছি বা ধুনীয়া চকুত লগা ৰং:ৰমেশে বিয়াত জকমকীয়া কাপোৰ পিন্ধিছিল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : চকচকীয়া, চকমকীয়া, চকুত চমক লগা, চকুত ছাতি মাৰি ধৰা, চিকচিকীয়া, চিকমিকিয়া, জকমকীয়া, জলমলীয়া, ঝকমকীয়া, ৰংচঙীয়া
അർത്ഥം : যিটো প্রকাশমান
ഉദാഹരണം :
তেওঁ যে ্সম্ভ্রান্ত ঘৰৰ সেইয়া তেওঁ পিন্ধা উজ্জ্বল কাপোৰৰ পৰাই জানিব পাৰি