അർത്ഥം : উচ্ছন্ন বা নষ্ট হোৱা
ഉദാഹരണം :
ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
പര്യായപദങ്ങൾ : অনিষ্ট কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নষ্ট কৰা, নাশ কৰা, বিনাশ কৰা
അർത്ഥം : বহুত সস্তা দামত বিক্রী কৰা
ഉദാഹരണം :
মদাহীটোৱে নিজৰ মাটি সস্তাত বিক্ৰী কৰিলে
പര്യായപദങ്ങൾ : সস্তাত বিক্ৰী কৰা
അർത്ഥം : মানৱ বিহীন হোৱা
ഉദാഹരണം :
ধুমুহা বৰষুণে ভালেমান বস্তি উছন কৰিলে