അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
ഉദാഹരണം : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
പര്യായപദങ്ങൾ : উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা, বিহ্বলতা
അർത്ഥം : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
ഉദാഹരണം : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
പര്യായപദങ്ങൾ : খুদুৱনি, চিন্তা, চিন্তা-ভাৱনা, ভাবনা, ভাবনি, ভাৱনা
ഇൻസ്റ്റാൾ ചെയ്യുക