അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
ഉദാഹരണം : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
പര്യായപദങ്ങൾ : ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
അർത്ഥം : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
ഉദാഹരണം : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
പര്യായപദങ്ങൾ : জগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
അർത്ഥം : ইহ সংসাৰৰ সৈতে সম্বন্ধ ৰাখোঁতা
ഉദാഹരണം : ইহজগতৰ আনন্দ ক্ষণভঙ্গুৰ
പര്യായപദങ്ങൾ : লৌকিক, সাংসাৰিক
ഇൻസ്റ്റാൾ ചെയ്യുക