അർത്ഥം : যি শাস্ত্রত ঐতিহাসিক ঘটনা আদিৰ অধ্যয়ন কৰা হয়
ഉദാഹരണം :
বুৰঞ্জী মোৰ প্রিয় বিষয়
പര്യായപദങ്ങൾ : ইতিহাস শাস্ত্র, বুৰঞ্জী
അർത്ഥം : পাৰ হৈ যোৱা কোনো প্রসিদ্ধ ঘটনাৱলী আৰু তাৰ সৈতে জড়িত লোকৰ বা বস্তুৰ কালানুক্রমিক ্বর্ণ্্না
ഉദാഹരണം :
তেওঁ ্প্রাচীন ইতিহাস পঢ়ি আছে
പര്യായപദങ്ങൾ : ইতিবৃত্ত