അർത്ഥം : ইণ্ডোনেছিয়াৰ অধিবাসী
ഉദാഹരണം :
যোৱা বছৰ অহা ছুনামিত সকলোতকৈ বেছি ইণ্ডোনেছিয়ানসকল প্রভাৱিত হৈছিল
പര്യായപദങ്ങൾ : ইণ্ডোনেছিয়ান বাসী, ইণ্ডোনেছিয়ান-বাসী, ইণ্ডোনেছিয়ানবাসী
അർത്ഥം : ইণ্ডোনেছিয়াৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
ৰবীন্দ্রনাথে নিজ বোৱাৰী প্রতীমা দেৱীক ইণ্ডোনেছিয়ান কলা শিকিবৰ কাৰণে ইণ্ডোনেছিয়ালৈ পঠিয়াইছিল