അർത്ഥം : উত্তৰ-পূৱ আফ্রিকাৰ এখন দেশ
ഉദാഹരണം :
ইজিপ্তৰ পিৰামিড বিশ্ব প্রসিদ্ধ
പര്യായപദങ്ങൾ : আৰব ৰিপাব্লিক অৱ ইজিপ্ত
അർത്ഥം : ইজৰাইলৰ পশ্চিমত থকা এক প্রাচীন সাম্রাজ্য
ഉദാഹരണം :
মিচৰ নীল নদীৰ আশে-পাশে আছিল
പര്യായപദങ്ങൾ : মিচৰ, মিচৰ সাম্রাজ্য