പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ইচ্ছা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ইচ্ছা   বিশেষ্য

അർത്ഥം : মনৰ ভাল লগা ভাব

ഉദാഹരണം : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে

പര്യായപദങ്ങൾ : অভিৰুচি, পছন্দ, ৰুচি

അർത്ഥം : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি

ഉദാഹരണം : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল

പര്യായപദങ്ങൾ : অভিৰুচি, আগ্রহ, ধাউতি, মন, হাবিলাস, হাবিয়াস, ৰুচি

അർത്ഥം : কোনো বস্তু লাভৰ বা সুখৰ কাৰণে কৰা অভিলাষা বা লালসা

ഉദാഹരണം : ঘূৰা-ফুৰাটো মমতাৰ এটা চখ

പര്യായപദങ്ങൾ : চখ, বাসনা

അർത്ഥം : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ