പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ইংৰাজী എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ইংৰাজী   বিশেষ্য

അർത്ഥം : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা

ഉദാഹരണം : তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে

പര്യായപദങ്ങൾ : ইংলিচ, ইংৰাজী ভাষা

അർത്ഥം : যি বিষয়ত ইংৰাজী ভাষা আৰু ইয়াৰ সাহিত্য, ব্যাকৰণ আদিৰ অধ্যয়ন কৰা হয়

ഉദാഹരണം : তেওঁ প্রথম শ্রেণীৰ পৰাই ইংৰাজী পঢ়ায়

ইংৰাজী   বিশেষণ

അർത്ഥം : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ

ഉദാഹരണം : আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ

പര്യായപദങ്ങൾ : ইংলিচ

അർത്ഥം : ইংলেণ্ডৰ সৈতে সম্বন্ধ থকা বা ইংলেণ্ডৰ

ഉദാഹരണം : ইংৰাজসকল গুচি গʼল যদিও ইংৰাজী সভ্যতা ইয়াতে এৰি থৈ গʼল