അർത്ഥം : ঢাকি নৰখা বা আৱৰি নৰখা
ഉദാഹരണം :
উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
പര്യായപദങ്ങൾ : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
അർത്ഥം : যাৰ সন্মুখত কোনো পর্দা নাই
ഉദാഹരണം :
পর্দাহীন দুৱাৰেদি ঘৰৰ সকলো বস্তুৱে ভুমুকি আছিল
പര്യായപദങ്ങൾ : অনাবৃত, নিৰাৱৰণ, পর্দাহীন, ্পর্দা নাইকিয়া-, ্পর্দাবিহীন
അർത്ഥം : যʼত আৱৰণ বা কবচ নাথাকে
ഉദാഹരണം :
তেওঁ সিজোৱা তথা খোলাহীন কণী খাই আছে
പര്യായപദങ്ങൾ : খোলাহীন