അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তুক ওপৰৰ পৰা বা চাৰিওফালৰ পৰা আৱৰি ৰখা বস্তু
ഉദാഹരണം : ঢাকনীৰ কাৰণে বস্তু সুৰক্ষিত হৈ থাকে
പര്യായപദങ്ങൾ : আচ্ছাদন, ঢাকনী, ্সাঁফৰ
അർത്ഥം : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
ഉദാഹരണം : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
പര്യായപദങ്ങൾ : আচ্ছাদক, আচ্ছাদন, কবচ, ঢাকনি
അർത്ഥം : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
ഉദാഹരണം : বাদামৰ ওপৰত বহুত টান খোলা থাকে
പര്യായപദങ്ങൾ : কবচ, খোলা
ഇൻസ്റ്റാൾ ചെയ്യുക