പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള আৰোহী എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

আৰোহী   বিশেষ্য

അർത്ഥം : আৰোহণ কৰা ব্যক্তি

ഉദാഹരണം : আৰোহীসকলৰ কাৰণে ঠায়ে-ঠায়ে জিৰণি কক্ষ সাজি দিয়া হৈছে

പര്യായപദങ്ങൾ : আৰোহক

അർത്ഥം : যিজনে কোনো ঘোৰা, গাড়ী বা বাহনৰ ওপৰত উঠি আছে

ഉദാഹരണം : যুদ্ধৰ সময়ত বহুতো আৰোহীয়ে বীৰগতি লাভ কৰিলে

আৰোহী   বিশেষণ

അർത്ഥം : কোনো বস্তুৰ ওপৰত উঠা বা বহা

ഉദാഹരണം : চাইকেল আৰোহী ব্যক্তিজন সৰি পৰিল

അർത്ഥം : যাৰ ওপৰত উঠিব পৰা যায়

ഉദാഹരണം : আজি আমি এটা আৰোহী পাহাৰৰ ওপৰত উঠিম

അർത്ഥം : কিহবাৰ ওপৰেৰে বগাই যোৱা বা উঠি যোৱা

ഉദാഹരണം : তেওঁ এই আৰোহী দলটোৰ লগত গৈ আছে