അർത്ഥം : সুস্থ বা নিৰোগী অৱস্থা
ഉദാഹരണം :
নিয়মিতভাবে ব্যায়াম কৰিলে স্বাস্থ্য ভালে থাকে
പര്യായപദങ്ങൾ : স্বাস্থ্য
അർത്ഥം : যাৰ কোনো বেমাৰ-আজাৰ নাই বা যি ভাল স্বাস্থ্যৰ অধিকাৰী
ഉദാഹരണം :
এতিয়া আপোনাৰ শৰীৰ সুস্থ
പര്യായപദങ്ങൾ : অৰুগ্ন, নিৰোগী, সুস্থ, স্বস্থ, স্বাস্থ্যজনক, স্বাস্থ্যৱান