പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള আৰম্ভণি എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

আৰম্ভণি   বিশেষ্য

അർത്ഥം : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ

ഉദാഹരണം : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়

പര്യായപദങ്ങൾ : আদি, আৰম্ভ, প্রাৰম্ভ, শুভাৰম্ভ

അർത്ഥം : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য

ഉദാഹരണം : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ

പര്യായപദങ്ങൾ : আৰম্ভ, আৰম্ভণ, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত

അർത്ഥം : * প্রস্তাৱনা, পৰিচয় আদিৰ প্রাৰম্ভিক ভাগ

ഉദാഹരണം : আৰম্ভণিত মূল বিষয়ৰ ্বর্ণন আছে

അർത്ഥം : * দবা খেলৰ আৰম্ভণিতে গুটিবোৰ চলাৰ এটা স্বীকৃত ক্রম

ഉദാഹരണം : আৰম্ভণিৰ পিছত দবা খেলুৱৈ সকলে বহুত ভাবি-চিন্তি গুটি চলাবলৈ ধৰিলে

പര്യായപദങ്ങൾ : অʼপেনিং, চেচৰ অʼপেনিং