അർത്ഥം : কোনো কথা বা কার্য আদিৰ আৰম্ভণি হোৱা
ഉദാഹരണം :
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হʼল
അർത്ഥം : কোনো কার্য আদিৰ শুভাৰম্ভণ হোৱা
ഉദാഹരണം :
আমাৰ অঞ্চলত এখন নতুন আঁচনি আৰম্ভ হৈছে
പര്യായപദങ്ങൾ : আৰম্ভণি হোৱা, শুৰু হোৱা, সমাৰম্ভ