അർത്ഥം : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য
ഉദാഹരണം :
বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল
പര്യായപദങ്ങൾ : ব্যৱস্থা
അർത്ഥം : ব্যৱস্থা কৰা কার্য ্বা ভাব
ഉദാഹരണം :
সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত
പര്യായപദങ്ങൾ : ব্যৱস্থাপনা, যা-যোগাৰ, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা
അർത്ഥം : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি
ഉദാഹരണം :
പര്യായപദങ്ങൾ : বন্দৱস্ত, ব্যৱস্থা, ব্যৱস্থাপনা