പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള আয়োজন എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

আয়োজন   বিশেষ্য

അർത്ഥം : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য

ഉദാഹരണം : বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল

പര്യായപദങ്ങൾ : ব্যৱস্থা

അർത്ഥം : ব্যৱস্থা কৰা কার্য ্বা ভাব

ഉദാഹരണം : সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত

പര്യായപദങ്ങൾ : ব্যৱস্থাপনা, যা-যোগাৰ, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা

അർത്ഥം : কোনো কামৰ কাৰণে প্রথমৰে পৰা কৰা ব্যৱস্থা

ഉദാഹരണം : কৃষি মন্ত্রালয়ে এখন কৃষি-মেলাৰ আয়োজন কৰিছে

പര്യായപദങ്ങൾ : বন্দৱস্ত, যা-যোগাৰ, যো-জা

അർത്ഥം : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

ഉദാഹരണം :

പര്യായപദങ്ങൾ : বন্দৱস্ত, ব্যৱস্থা, ব্যৱস্থাপনা