അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যাৰ আবাস নাই
ഉദാഹരണം : সৰযু নদীত হোৱা ডাঙৰ বানপানীয়ে হাজাৰ হাজাৰ লোকক আশ্রয়হীন কৰিলে
പര്യായപദങ്ങൾ : আবাসহীন, গৃহবিহীন, গৃহহাৰা, গৃহহীন, ঘৰ-বাৰীহীন, ঘৰহীন, থাকিবলৈ ঠাই নাইকিয়া-
അർത്ഥം : যিজনক সহায় কৰিবলৈ কোনো নাই
ഉദാഹരണം : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে
പര്യായപദങ്ങൾ : অনাথ, অনাশ্রিত, অসহায়, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন
അർത്ഥം : যিয়ে কʼতো আশ্রয় পোৱা নাই
ഉദാഹരണം : এই সংস্থাটোৱে নিৰাশ্রয়ী লোকক আশ্রয় প্রদান কৰে
പര്യായപദങ്ങൾ : অনাশ্রিত, নিৰাশ্রয়ী
ഇൻസ്റ്റാൾ ചെയ്യുക