പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള আর্হি എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

আর্হি   বিশেষ্য

അർത്ഥം : ঘৰ,ভৱন আদি সজাৰ পূর্বে ্তাৰ ভূমিৰ ওপৰত সাজিবলৈ লোৱা বেৰ, কোঠা আদি ৰেখাৰ সহায়ত অংকন কৰা চিত্র বিশেষ

ഉദാഹരണം : দেউতাই এই ঘৰটোৰ নক্সা নিজেই তৈয়াৰ কৰি লৈছে

പര്യായപദങ്ങൾ : নক্সা

അർത്ഥം : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়

ഉദാഹരണം : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ

പര്യായപദങ്ങൾ : উদাহৰণ, দৃষ্টান্ত, নজিৰ, নমুনা, নিদ্্র্শন

അർത്ഥം : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ

ഉദാഹരണം : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে

പര്യായപദങ്ങൾ : নমুনা, মডেল

അർത്ഥം : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়

ഉദാഹരണം : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল

പര്യായപദങ്ങൾ : ডিজাইন, নমুনা