അർത്ഥം : পৃথিৱীৰ উত্তৰ দিশত অৱস্থিত এখন মহাদেশ
ഉദാഹരണം :
আমেৰিকা দুভাগত বিভক্ত, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা
അർത്ഥം : উত্তৰ আমেৰিকা মহাদেশৰ এখন এখন দেশ
ഉദാഹരണം :
ভালেমান ভাৰতীয়ই আমেৰিকাত গৈ বসবাস কৰিছে
പര്യായപദങ്ങൾ : ইউ এচ এ, ইউনাইটেড ষ্টেট অৱ আমেৰিকা