അർത്ഥം : অলপ অলপ কথাতে বিৰক্ত বা আমনি লগা ভাব
ഉദാഹരണം :
মায়ে আজিকালি বৰ আমনি কৰে
പര്യായപദങ്ങൾ : বিৰক্ত কৰা
അർത്ഥം : কাৰোবাক আমনি দি থকা
ഉദാഹരണം :
কৃষ্ণই গোপীসকলক আমনি কৰি আছিল
പര്യായപദങ്ങൾ : খং তোলা, দিগদাৰী কৰা, দিগদাৰী দিয়া
അർത്ഥം : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা
ഉദാഹരണം :
মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে
പര്യായപദങ്ങൾ : বিৰক্ত কৰা
അർത്ഥം : ধেমালিতে কাৰোবাক আমনি কৰা
ഉദാഹരണം :
ৰমেশে নিজৰ খুলশালীক আমনি কৰি আছে