അർത്ഥം : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
ഉദാഹരണം :
মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
പര്യായപദങ്ങൾ : অসন্তুষ্টতা, তিক্ততা, বিৰক্তি
അർത്ഥം : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
ഉദാഹരണം :
আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
പര്യായപദങ്ങൾ : বিৰক্তি
അർത്ഥം : বিৰক্তিৰ অৱস্থা বা ভাৱ
ഉദാഹരണം :
তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
പര്യായപദങ്ങൾ : বিৰক্তি