അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : পিতৃক কৰা সম্বোধন
ഉദാഹരണം : আমি আমাৰ পিতৃক দেউতা বুলি মাতো
പര്യായപദങ്ങൾ : দেউতা, দেতা, দৌ, দৌতি, পিতা, পিতাই, পিতাদেউ, ববাই, বাপ, বাবা, বোপাই
അർത്ഥം : জন্ম দিয়া পুৰুষ বা ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত যি পিতৃৰ মর্যাদা লাভ কৰিছে
ഉദാഹരണം : মোৰ দেউতা এজন অধ্যাপক
പര്യായപദങ്ങൾ : আব্বা, জনক, দেউতা, পিতা, পিতাই, পিতৃ, বাবা
ഇൻസ്റ്റാൾ ചെയ്യുക