അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : আফগানৰ অধিবাসী
ഉദാഹരണം : বোমা বিস্ফোৰণত পঞ্চাশজন আফগানী আহত হৈছে
പര്യായപദങ്ങൾ : আফগান
അർത്ഥം : আফগানিস্তানত চলা মুদ্রা
ഉദാഹരണം : পাঠানজনে আফগানীৰ সলনি টকা খুজিছিল
അർത്ഥം : আফগানিস্তানত বাস কৰাসকল
ഉദാഹരണം : ভাৰতীয় সীমা সুৰক্ষাকাৰীসকলে কিছুমান আফগানী লোকক সীমা পাৰ কৰোতে ধৰিলে
അർത്ഥം : আফগানিস্তান সম্বন্ধীয় বা আফগানিস্তানৰ
ഉദാഹരണം : আফগানী পাঠান প্রায়েই মেৱা বেচিবলৈ আহিছিল
ഇൻസ്റ്റാൾ ചെയ്യുക