അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
ഉദാഹരണം : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
പര്യായപദങ്ങൾ : আত্মীয়, আত্মীয়-স্বজন
അർത്ഥം : বহুত ওচৰৰ বা বহুত কাষৰ
ഉദാഹരണം : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
പര്യായപദങ്ങൾ : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, গাঢ়, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়
അർത്ഥം : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
ഉദാഹരണം : মনোহৰজী মোৰ আপোন খুৰা
പര്യായപദങ്ങൾ : আত্মীয়, পৰিজন, স্বজন
ഇൻസ്റ്റാൾ ചെയ്യുക