പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള আধাৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

আধাৰ   বিশেষ্য

അർത്ഥം : ঘৰ বনোৱাৰ সময়ত ঘৰৰ যিটো মূল ভাগ দেৱালৰ দৃঢ়তাৰ বাবে মাটি খান্দি তাৰ পৰা ইটা গাঁথি বনোৱা হয়

ഉദാഹരണം : আধাৰ মজবুত হʼলেহে বহু মহলাৰ ইমাৰত সাজিব পাৰি

അർത്ഥം : যাৰ ওপৰত কোনো বেলেগ বস্তু থিয় কৰাই ৰখা হয়

ഉദാഹരണം : যিকোনো বস্তুৰে আধাৰ মজবুত হোৱা উচিত

പര്യായപദങ്ങൾ : অৱলম্বন, আশ্রয়

അർത്ഥം : কিবা ৰাখিবৰ কাৰণে মানুহ তৈয়াৰ কৰি লোৱা বস্তু

ഉദാഹരണം : তেওঁ কুকুৰটোক মাটিৰ পাত্রত গাখীৰ খুৱাই আছে

പര്യായപദങ്ങൾ : আধান, ধাৰক, নিধান, পাত্র, ভাণ্ড

അർത്ഥം : কোনো কথাৰ স্পষ্টীকৰণৰ বাবে আৱশ্যক হোৱা অন্তর্নিহিত মূল পূর্বানুমান

ഉദാഹരണം : আপুনি মোক কি আধাৰত এনেদৰে কৈছে

আধাৰ   বিশেষণ

അർത്ഥം : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা

ഉദാഹരണം : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ

പര്യായപദങ്ങൾ : বুনিয়াদ, মূল