പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള আত্মীয় എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

আত্মীয়   বিশেষ্য

അർത്ഥം : নিজ কুলৰ লোক

ഉദാഹരണം : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়

പര്യായപദങ്ങൾ : কুটুম, কুটুম্ব, পৰিজন

അർത്ഥം : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে

ഉദാഹരണം : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে

പര്യായപദങ്ങൾ : আত্মীয়-স্বজন, আপোন

അർത്ഥം : একেখন ঘৰৰে মানুহ

ഉദാഹരണം : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে

പര്യായപദങ്ങൾ : ঘৰ, পৰিজন, পৰিবাৰ, পৰিয়াল

আত্মীয়   বিশেষণ

അർത്ഥം : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ

ഉദാഹരണം : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়

പര്യായപദങ്ങൾ : নিজৰ

അർത്ഥം : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়

ഉദാഹരണം : মনোহৰজী মোৰ আপোন খুৰা

പര്യായപദങ്ങൾ : আপোন, পৰিজন, স্বজন