അർത്ഥം : জোৰেৰে চিঞৰা বা মতা
ഉദാഹരണം :
মাকে ভোজন কৰিবৰ বাবে পুতেকক আটাহ পাৰিলে
പര്യായപദങ്ങൾ : চিঞৰি মতা
അർത്ഥം : বিপদ আদিৰ সময়ত বা এনেয়ে জোৰকৈ কোৱা বা শ্্ব্দ কৰা
ഉദാഹരണം :
কুকুৰনেচীয়া বাঘটোক দেখি ভেড়াৰখীয়াটোৱে বচোৱা-বচোৱা বুলি চিঞৰ মাৰিলে
പര്യായപദങ്ങൾ : চিঞৰ মৰা, হাল্লা কৰা