അർത്ഥം : কাৰোবাৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁক বশ ্ কৰা
ഉദാഹരണം :
সন্ত্রাসবাদীয়ে দুজন পর্যটকক বন্দী কৰিলে
പര്യായപദങ്ങൾ : আবদ্ধ কৰি ৰখা, কইদ কৰা, কৰায়ত্ত কৰা, বন্দী কৰা
അർത്ഥം : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
ഉദാഹരണം :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
പര്യായപദങ്ങൾ : গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা, ৰৈ যোৱা