അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কাম কৰাৰ আগতে সেই সম্পর্কে ্আজ্ঞাৰ ৰূপত জ্যেষ্ঠজনৰ পৰা লোৱা স্বীকৃতি
ഉദാഹരണം : ডাঙৰৰ অনুমতি অবিহনে কোনো কাম কৰা উচিত নহয়
പര്യായപദങ്ങൾ : অনুজ্ঞা, অনুমতি, আদেশ
അർത്ഥം : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য
ഉദാഹരണം : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল
പര്യായപദങ്ങൾ : অনুজ্ঞা, আদেশ, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, ফৰমান, হুকুম
അർത്ഥം : ডাঙৰে সৰুক কোনো কামৰ কাৰণে কোৱা কার্য
ഉദാഹരണം : ডাঙৰৰ আজ্ঞা পালন কৰা উচিত
പര്യായപദങ്ങൾ : অনুজ্ঞা, আদেশ, হুকুম
ഇൻസ്റ്റാൾ ചെയ്യുക